মাইলমাইল্-আস্তে

মাইলচ ব্ৰনচন (Assamese) [ Roman: mails bron.son]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-15
1. Sociology(Proper Noun-Masculine) (1812–1883) One of the first American Baptist missionaries who worked in the state of Assam in northeastern India. এগৰাকী আমেৰিকান ব্যেটিষ্ট মিচনাৰী আছিল আৰু অসম, ভাৰতৰ উত্তৰপূৰ্ব আৰু বিশেষকৈ অসমীয়া ভাষাৰ বাবে তেখেতে প্ৰভূত কাম কৰি গৈছে৷ তেখেতৰ কাৰ্য্যৰ ভিতৰত তেখেতে প্ৰণীত কৰা অসমীয়া অভিধানখন মুখ্য৷ ১৯৩৮ চনৰ ৪ জুলাই তাৰিখে অসমৰ শদিয়ালৈ অহা ব্ৰনচনে তাৰ এবছৰ আগতেই অহা নাথান ব্ৰাউন ‌আৰু অ’ টি কাট্টাৰৰ প্ৰমূখ সহযোগী আছিল৷